『Xongxoninaad』のカバーアート

Xongxoninaad

プレビューの再生
¥1,979 で会員登録とタイトル購入をする ¥1,880で会員登録とタイトル購入をする
期間限定:2026年10月19日(日本時間)に終了
2026年10月19日まで対象者限定でプレミアムプランが4か月 月額99円キャンペーン開催中。詳細はこちら
オーディオブック・ポッドキャスト・オリジナル作品など数十万以上の対象作品が聴き放題。
オーディオブックをお得な会員価格で購入できます。
会員登録は5か月目以降は月額¥1,500で自動更新します。いつでも退会できます。
オーディオブック・ポッドキャスト・オリジナル作品など数十万以上の対象作品が聴き放題。
オーディオブックをお得な会員価格で購入できます。
30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

Xongxoninaad

著者: মনালিছা শইকীয়া
ナレーター: Mayuri Dutta
¥1,880で会員登録とタイトル購入をする ¥1,880で会員登録とタイトル購入をする

30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

¥2,690 で購入

¥2,690 で購入

【Amazonプライム会員限定】今ならプレミアムプランが4か月 月額99円。

10月19日まで。※適用条件あり
'আপুনি এতিয়াও স্বাধীনতাৰ সপোন দেখেনে?' প্ৰজ্ঞাই সোধে। কোন এই প্ৰজ্ঞা? কাৰ প্ৰতি এই প্ৰশ্ন প্ৰজ্ঞাৰ? কুৰি শতিকাৰ শেষৰ দুটা দশক। এই সময়ছোৱা অসমৰ সমাজ জীৱনক অস্থিৰ অশান্ত কৰি ৰখা ৰক্তাক্ত সময়। এফালে অস্তিত্ব ৰক্ষাৰ আন্দোলন আৰু আনফালে সশস্ত্ৰ সংগ্ৰাম। কিন্তু এই আন্দোলন, এই সংগ্ৰাম হঠাতে ঠন ধৰি উঠিছিল নে? নে স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ ৰাজনীতি, সমাজনীতিত ক্ৰমাগতভাৱে এনে সংগ্ৰামবোৰৰ পটভূমি গঢ় লৈ উঠিছিল? আন্দোলনৰ নামত এচাম তৰুণে জীৱনৰ এছোৱা মূল্যবান সময় বিসৰ্জন দিছিল। আন এচামে জীৱন যৌৱনৰ মোহ এৰি সশস্ত্ৰ সংগ্ৰামত জঁপিয়াই পৰিছিল। এনে সামূহিক আত্মত্যাগৰ পৰা অসমে কি পালে? অসম আন্দোলনৰ পৰা আলফাৰ অভিযানলৈকে লক্ষ্য কৰিলে বুজা যায় যে অসম আন্দোলন আৰু আলফা পৰস্পৰৰ বিছিন্ন নহয়। প্ৰবীণ হাজৰিকা কোন? কি কাৰণত প্ৰবীণ হাজৰিকাই ঘৰ এৰি গৈছিল? বায়েক অমিয়াৰ মনত কি কাৰণে ক্ষোভ ৰৈ গৈছে ভায়েক প্ৰবীণৰ প্ৰতি? দেউতাক হৰেন হাজৰিকা, মাক শশীপ্ৰভাৰ লগত কেনেধৰণৰ সম্পৰ্ক আছিল প্ৰবীণৰ? প্ৰবীণৰ দৰে যুৱ প্ৰজন্মই ঘূৰিছিল নেকি মৰিচীকাৰ পিছত? স্বাধীনতাৰ পিছত আৰম্ভ হোৱা আন্দোলনে কেনেধৰণৰ ভয়াবহ দিন নমাই আনিছিল। অহিংসা আন্দোলন এটাই ক্ৰমে ঢাল লৈছিল সশস্ত্ৰ বিপ্লৱলৈ। তাৰ মাজে মাজে আৰম্ভ হৈছিল লেতেৰা ৰাজনীতি। বিদেশী খেদাৰ নামত আপোনজনৰ তেজেৰে হাত ৰাঙলী কৰিবলৈও যেন কুণ্ঠাবোধ হোৱা নাছিল। কেনে আছিল সেই সময়? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক জনপ্ৰিয় গল্পকাৰ, ঔপন্যাসিক মনালিছা শইকীয়াৰ উপন্যাস 'শংখনিনাদ'। 大河 大衆小説 家庭生活 成長
adbl_web_anon_alc_button_suppression_t1
まだレビューはありません