『Sonali Eagley Koni Parile, Belie Umoni dile』のカバーアート

Sonali Eagley Koni Parile, Belie Umoni dile

プレビューの再生

聴き放題対象外タイトルです。Audibleプレミアムプラン登録で、非会員価格の30%OFFで購入できます。

¥1,870で会員登録とタイトル購入をする
オーディオブック・ポッドキャスト・オリジナル作品など数十万以上の対象作品が聴き放題。
オーディオブックをお得な会員価格で購入できます。
30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

Sonali Eagley Koni Parile, Belie Umoni dile

著者: অৰূপা পটংগীয়া কলিতা
ナレーター: Aichenga Baruah
¥1,870で会員登録とタイトル購入をする

30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

¥2,680 で購入

¥2,680 で購入

概要
'সোণালী ঈগলে কণী পাৰিলে বেলিয়ে উমনি দিলে ' শীৰ্ষক গল্প-সংকলনখনি অৰূপা পটঙ্গীয়া কলিতাৰ এক অনুপম সৃষ্টি। গল্পসমূহে পাঠকৰ মন ভৰাই তোলে, আলোড়িত কৰে, চিনাকি পৃথিৱীখন নতুনকৈ চিনাকি কৰি দিয়ে, মানুহৰ মনত ছয়াময়া হৈ ধৰা দিয়া অনুভূতিবোৰক গাঢ়তা দান কৰে আৰু সেইবোৰ পাঠকৰ গভীৰ উপলব্ধিৰ অংগ হৈ পৰে। গল্পসমূহ বিষয়বস্তুৰ বৈচিত্ৰ্য, আংগিক আৰু বিষয়বস্তুৰ সুষমতা, চিন্তাৰ আধুনিকতা আৰু বলিষ্ঠতা আৰু বাস্তৱ অভিজ্ঞতা আৰু ইতিহাস চেতনা প্ৰসূত সৃষ্টিশীলতাৰ দ্বাৰা প্ৰাণিত আৰু সঞ্জীৱিত । প্ৰেমৰ গল্পও আছে সংকলনখনত , কিন্তু শ্ৰেণী সমাজত পাহুৱাল ডেকাৰ প্ৰেমানুভূতিৰ প্ৰকাশ হয় এটা দীঘল হুমুনিয়াহ বা এটা কলিজা বিদাৰি যোৱা নীৰৱ অন্তহীন অকলশৰীয়া অপেক্ষাৰ মাজেৰে। 大衆小説 政治 短編小説 選集・短編小説
adbl_web_anon_alc_button_suppression_t1
まだレビューはありません