『Mahogani Kathor Pera』のカバーアート

Mahogani Kathor Pera

プレビューの再生

聴き放題対象外タイトルです。Audibleプレミアムプラン登録で、非会員価格の30%OFFで購入できます。

¥1,880で会員登録とタイトル購入をする
オーディオブック・ポッドキャスト・オリジナル作品など数十万以上の対象作品が聴き放題。
オーディオブックをお得な会員価格で購入できます。
30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

Mahogani Kathor Pera

著者: Nandita Devi
ナレーター: Meghna Chowdhury
¥1,880で会員登録とタイトル購入をする

30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

¥2,690 で購入

¥2,690 で購入

প্ৰফেছৰ সুব্ৰমণিয়মে পেলেচ বিল্ডিঙৰ কোঠাত ফাণ্ডামেণ্টেলৰ ক্লাছ লৈ থাকোঁতে মৈত্ৰেয়ীৰ তাত মন নবহে। তাৰ বিপৰীতে তাইৰ মনটো দৌৰি ফুৰে বিল্ডিঙৰ আনবোৰ কোঠালিৰ আশে-পাশে। এই যেন কোনোবা এটা কোঠালিৰ পৰা ভাহি আহিছে নূপুৰৰ ঝংকাৰ, ক'ৰবাত যেন নৰ্তকীয়ে নাচিছে। বৰোডাৰ গাইকোৱাদ বংশৰ মহাৰাজৰ ৰাজপ্ৰসাদত কেনেকৈ আৰু কি কাৰণত উপস্থিত হৈছিল মৈত্ৰেয়ী? মৈত্ৰেয়ীৰ চকুৰ আগত কেনেকৈ জীৱন্ত হৈ উঠিছিল মহাৰাণী মধুবালা, মহাৰাণী গায়ত্ৰী দেৱী? দাৰোৱান দ্বাৰকানাথ, ফুলৱালী বৃন্দাবাই অথবা ঝাৰুৱালী ঈশ্বৰীৰ সৈতে কি সম্পৰ্ক মৈত্ৰেয়ীৰ? দূৰৈৰ নীলি পাথৰৰ অট্টালিকাৰ পোহৰৰ দ্যুতি দেখি কিয় উচুপি উঠিছিল মহাৰাণী মধুবালা? জীৱন সঁচাকৈয়ে এক শূণ্য পিয়লা নেকি? ফিনিক্স পখীৰ দৰে জী উঠাৰ মন। উৰ্দু শায়েৰীৰ দৰে বিভিন্ন জনৰ জীৱন সামৰি শুই থকা বিবৰ্ণ তুলাপাতবোৰ শতাব্দীজুৰি পৰি আছিল মেহগনি কাঠৰ পেৰা এটাৰ ভিতৰত। কিন্তু সেই পেৰা মৈত্ৰেয়ীৰ হাতত পৰিল কেনেকৈ? (মেহগনি কাঠৰ পেৰা) গাধৰ পিঠিত বোজাই দি পাহাৰীয়া পথেৰে নৰবু ডুপা নামি আহে ভৈয়ামলৈ। কেৱল নৰবু ৱে নে, জিগমে দৰ্জে, জাম্মাহঁতো।এই ভূটীয়াহঁতৰ লগত ভৈয়ামৰ মানুহখিনিৰ এটা আন্তৰিক সম্বন্ধ আছে। কিন্তু কথাবোৰ একেভাগে থাকে জানো। লাহে লাহে আৰম্ভ হোৱা উগ্ৰপন্থীৰ সমস্যা, বোকাখেলা ৰাজনীতিৰ প্ৰভাৱে গোটেই কথাবোৰে সলনি কৰি পেলালে। ক'ৰবাত যদি উগ্ৰপন্থী ৰ সন্ত্ৰাস, আন ক'ৰবাত আকৌ বড়ো অবড়োৰ মাজত সংঘৰ্ষ। সন্ত্ৰাসজৰ্জৰ এছোৱা সময়ৰ কথকতা। তাৰ মাজতো আকৌ বনৰীয়া হাতীৰ উপদ্ৰৱ। এখন মনোৰম উপন্যাসিকা। (অৰণ্যৰ সুহুৰি) অল ইণ্ডিয়া ছাৰ্জিকেল কনফাৰেঞ্চত যোগ দিবলৈ ডাঃ ৰণদীপে ঢাপলি মেলে গোৱালৈ। তাত গৈ সি লগ পাই বহু বছৰ অসমত ৰণদীপহঁতৰ ঘৰৰ ওচৰত থাকি যোৱা বাদল তথা ডাঃ ডিক্ৰজক। কনফাৰেঞ্চলৈ যোৱা ৰণদীপে পিছে কেৱল নিজৰ কনফাৰেঞ্চ©2022 Storyside IN (P)2022 Storyside IN
adbl_web_anon_alc_button_suppression_t1
まだレビューはありません