『Bondho Ghoror Khiriki』のカバーアート

Bondho Ghoror Khiriki

プレビューの再生

聴き放題対象外タイトルです。Audibleプレミアムプラン登録で、非会員価格の30%OFFで購入できます。

¥1,880で会員登録とタイトル購入をする
オーディオブック・ポッドキャスト・オリジナル作品など数十万以上の対象作品が聴き放題。
オーディオブックをお得な会員価格で購入できます。
30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

Bondho Ghoror Khiriki

著者: মণিকুন্তলা ভট্টাচাৰ্য
ナレーター: Megha
¥1,880で会員登録とタイトル購入をする

30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

¥2,690 で購入

¥2,690 で購入

নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালৰ জীয়াৰী নিৰ্মলা। উপযুক্ত বয়সত বিয়া হৈ আহে এগৰাকী ডাক্তৰলৈ। অলেখ সপোন, অলেখ আশা। কিন্তু ক'ৰবাত যেন কিবা এটা খেলিমেলি হৈ গ'ল। দুই পুত্ৰ, জীয়াৰীৰ পৰা যেন নিৰ্মলাই ভাবিব নোৱাৰা ধৰণে আঘাত পালে। এসময়ত ৰোগীৰ চিকিৎসা কৰি দপদপাই থকা নিৰ্মলাৰ ডাক্তৰ মানুহজন কৰ্কট ৰোগত আক্ৰান্ত হৈ শৰ্যাশায়ী হয়। মাথোঁ সেয়াই নহয় এটা সময়ত তেওঁ নিৰ্মলাক অকলশৰীয়া কৰি গুচি যায়। তাৰ পিছত কি হয় নিৰ্মলাৰ? ডাঙৰ পুত্ৰ-বোৱাৰী থাকে বাহিৰত। ওচৰতে থকা জীয়েকে নুবুজে মাকৰ মনৰ কথা। সৰু পুত্ৰ ডুবি ৰয় মদৰ মাজত আৰু বোৱাৰী ব্যস্ত নিজৰ সৈতে। অকলশৰীয়া নিৰ্মলা। মাটি সম্পত্তি লৈ সৰু পুত্ৰ-বোৱাৰীৰ অশান্তি। নিৰ্মলাক যেন নিবিচাৰে সিহঁতে ঘৰখনত। উপায়ন্তৰ হৈ সিদ্ধান্ত লয় নিৰ্মলাই। তেওঁ গুচি যাব বৃদ্ধাশ্ৰমলৈ। আৰু সিদ্ধান্তমৰ্মেই তেওঁ গুচি যায়। কিন্তু সুখী হ'ব পাৰিলে নে নিৰ্মলা? কি হ'ল নিৰ্মলাৰ জীৱনৰ? বুজি পালেনে পুত্ৰ -জীয়াৰীয়ে তেওঁক? বৃদ্ধ বয়সৰ দুখ কষ্ট, অৱমাননা, বৃদ্ধাশ্ৰমৰ বৃদ্ধ সকলৰ মৰ্মবেদনাৰ হৃদয়স্পৰ্শী উপস্থাপন মণিকুন্তলা ভট্টাচাৰ্যৰ উপন্যাস 'বন্ধ ঘৰৰ খিৰিকী'।©2021 Storyside IN (P)2021 Storyside IN 大衆小説 文芸小説
adbl_web_anon_alc_button_suppression_t1
まだレビューはありません