『Xopunor xunali xuhuri』のカバーアート

Xopunor xunali xuhuri

プレビューの再生

聴き放題対象外タイトルです。Audibleプレミアムプラン登録で、非会員価格の30%OFFで購入できます。

¥1,810で会員登録とタイトル購入をする
オーディオブック・ポッドキャスト・オリジナル作品など数十万以上の対象作品が聴き放題。
オーディオブックをお得な会員価格で購入できます。
30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

Xopunor xunali xuhuri

著者: ৰঞ্জু হাজৰিকা
ナレーター: Bishnujyoti Handique
¥1,810で会員登録とタイトル購入をする

30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

¥2,590 で購入

¥2,590 で購入

概要
প্ৰেম কি যে এক সন্মোহনী শব্দ। ভাঁজে ভাঁজে লুকাই থাকে তাৰ যাদুময় চাৱনি, সুগভীৰ অন্তৰ্দৃষ্টি। এই প্ৰেমে দিয়ে মানুহক সুন্দৰৰ চেতনা, গভীৰ জীৱনবোধ পত্নী অৰুণিমাৰ চিঞৰ বাখৰত বিনোদ দত্তই গাঁৱৰ পৰা লৈ আহে জয়াক। খুব কম সময়ৰ ভিতৰতে জয়াই বিনোদ দত্তৰ ঘৰখনক আপোন কৰি লয়। লাহে লাহে যেন জয়াৰ অবিহনে বিনোদ দত্তৰ ঘৰখন অচল হৈ পৰে। বিনোদ দত্ত, পত্নী অৰুণিমা, দুই পুত্ৰ অনুপম আৰু ৰূপমৰ বাবে জয়া হৈ পৰে অপৰিহাৰ্য। কিন্তু তাৰ মাজতে যেন ক'ৰবাত কিবা এটা লুকাই থাকে। বিনোদ দত্তৰ জীয়ৰী উপা আৰু উপাৰ শাহুৱেকে সাৱধান কৰি যায় অৰুণিমাক। দুটাকৈ ডেকা ল'ৰা থকাৰ ঘৰখনত জয়াৰ দৰে গাভৰু এজনী ৰখাটো উচিত হোৱা নাই। তাৰ পিছতেই সলনি হয় কথাবোৰ। জয়া নহ'লে এখোজো নচলা ঘৰখনৰ পৰা এদিন জয়াক ঘৰত থৈ অহা কাৰ্যত আচৰিত হৈ পৰে ৰূপম। মাথোঁ আচৰিত হোৱাই নহয় সি জয়াক আনিবলৈ বুলি গাঁৱলৈ ঢাপলি মেলে। কিন্তু তাত ৰূপমৰ বাবে অপেক্ষা কৰি থাকে আন এক আশ্চৰ্যই। জয়া অন্তঃসত্বা। কিন্তু কেনেকৈ? কাৰ বাবে হ'ল জয়াৰ এই অৱস্থা? কোন আছিল জয়াৰ সেই প্ৰেমিক? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'সপোনৰ সোণালী সুহুৰি'। コンテンポラリー 大衆小説 家庭生活
adbl_web_anon_alc_button_suppression_t1
まだレビューはありません