『Xekh prohoror khela』のカバーアート

Xekh prohoror khela

プレビューの再生

聴き放題対象外タイトルです。Audibleプレミアムプラン登録で、非会員価格の30%OFFで購入できます。

¥1,246で会員登録し購入
オーディオブック・ポッドキャスト・オリジナル作品など数十万以上の対象作品が聴き放題。
オーディオブックをお得な会員価格で購入できます。
30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

Xekh prohoror khela

著者: ৰঞ্জু হাজৰিকা
ナレーター: Rupam Chetia
¥1,246で会員登録し購入

30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

¥1,780 で購入

¥1,780 で購入

চাৰিজন বন্ধু বিশ্বজিত, চম্পক, সুভাষ আৰু নয়ন। চম্পকৰ ঘৰত চাৰি বন্ধুৰ পাৰ্টি। কাৰণ, দীৰ্ঘদিনৰ প্ৰেমৰ অন্তত বিশ্বজিতৰ সৈতে আভাৰ বিবাহৰ দিন ধাৰ্য। কিন্তু ঘটনাই নতুন মোৰ লয়। পাৰ্টি কৰি থকা অৱস্থাতে মৃত্যু ঘটে বিশ্বজিতৰ। মৃত্যুৰ কাৰণ বিষাক্ত সুৰা বুলি সন্দেহ কৰে ডাক্তৰ বন্ধু নয়নে। কিন্তু সিহঁতে সেই মৃত্যুক সহজভাৱে ল'ব নোৱাৰিলে। সেইকাৰণে সিঁহতে বিশ্বজিতৰ মৃতদেহ লৈ হাজিৰ হয়গৈ সুভাষৰ চিনাকি এজন বাবাজীৰ আশ্ৰমত। সিহঁতৰ কাকূতি- মিনতিত বিগলিত হৈ বাবাজীয়ে তিনিদিনৰ বাবে বিশ্বজিতৰ দেহত প্ৰাণ দিবলৈ সাজু হয় আৰু লগতে কয় যে তিনিদিনৰ পাছত তেওঁ মন্ত্ৰৰ যোগেদি সেই প্ৰাণ পুনৰ ঘূৰাই আনিব। কিন্তু ভবাৰ দৰে নাছিল কথাবোৰ। হঠাতে হোৱা বাবাজীৰ হত্যাকাণ্ডই জোকাৰি যায় সকলোকে। কিন্তু কিয়? কি হ'ল বিশ্বজিতৰ? মন্ত্ৰৰ দ্বাৰা জীৱিত হ'ব পাৰেনে এটা মৃতদেহ? এক শ্বাসৰুদ্ধকাৰী কাহিনী। পৃষ্ঠাই পৃষ্ঠাই মৃত্যুৰ ভয়।এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল'যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ উপন্যাস 'শেষ প্ৰহৰৰ খেলা'।©2021 Storyside IN (P)2021 Storyside IN アフリカ系アメリカ人 ミステリー
adbl_web_anon_alc_button_suppression_t1
まだレビューはありません