『Norokor phul』のカバーアート

Norokor phul

プレビューの再生

聴き放題対象外タイトルです。Audibleプレミアムプラン登録で、非会員価格の30%OFFで購入できます。

¥1,310で会員登録とタイトル購入をする
オーディオブック・ポッドキャスト・オリジナル作品など数十万以上の対象作品が聴き放題。
オーディオブックをお得な会員価格で購入できます。
30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

Norokor phul

著者: ৰঞ্জু হাজৰিকা
ナレーター: Jhunakangkan Bhuyan
¥1,310で会員登録とタイトル購入をする

30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

¥1,880 で購入

¥1,880 で購入

নিশাৰ আন্ধাৰৰ ৰজা ৰাজেন। পিতৃ-মাতৃ পৰিচয়হীন ৰাজেনে নিশাৰ পথিকক চুৰি, ডকাইতি কিম্বা লাঞ্ছনা দি জীৱন নিৰ্বাহ কৰে। তাৰ ঠিকনা এটা বস্তি। সেই বস্তিতে থাকে নাৰায়ণ নামেৰে তাৰ এজন বন্ধু যাৰ জীৱিকা কিন্তু ৰাজেনৰ দৰে নহয়। এখন দোকান আছে নাৰয়ণৰ। ৰাজেনৰ কোঠাৰ ওচৰতে থাকে গিৰিয়েকৰ ঘৰৰ পৰা ঘূৰি অহা ৰেজীয়া। জীৱনবোৰ চলি থাকে তেনেকৈয়ে। কিন্তু হঠাৎ সলনি হৈ পৰে ৰাজেন, ৰেজীয়া আৰু নাৰায়ণৰ জীৱন। তাৰ কাৰণ হ'ল উৎপলা। কিন্তু কোন এই উৎপলা? উৎপলাৰ বাবে কিয় সলনি হৈ পৰিল বস্তিবাসী ৰাজেন, ৰেজীয়া আৰু নাৰায়ণ? কিয় উৎপলাক লৈ সপোন আৰম্ভ হ'ল ৰাজেনৰ? সেই সপোনে কেনেকৈ সলনি কৰি পেলালে ৰেজীয়াৰ জীৱন? উৎপলাকে বা কিয় নৰকৰ ফুল ৰূপে অভিহিত কৰা হ'ল? অবৈধ মাতৃত্বৰ বোজা লৈ সহজ নে এইখন সমাজত মূৰ তুলি জীয়াই থকাটো? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ উপন্যাস 'নৰকৰ ফুল'। コンテンポラリー 大衆小説
adbl_web_anon_alc_button_suppression_t1
まだレビューはありません