『Jiya Jurir Ghat』のカバーアート

Jiya Jurir Ghat

プレビューの再生

聴き放題対象外タイトルです。Audibleプレミアムプラン登録で、非会員価格の30%OFFで購入できます。

¥1,554で会員登録し購入
オーディオブック・ポッドキャスト・オリジナル作品など数十万以上の対象作品が聴き放題。
オーディオブックをお得な会員価格で購入できます。
30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

Jiya Jurir Ghat

著者: চৈয়দ আব্দুল মালিক
ナレーター: Aichenga Baruah
¥1,554で会員登録し購入

30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

¥2,220 で購入

¥2,220 で購入

অসমীয়া সাহিত্যৰ এটি বৰণীয় নাম ছৈয়দ আব্দুল মালিক। সাৰ্থক জীৱন শিল্পী তেওঁ। প্ৰকৃতি আৰু জীৱনে যেন তেওঁৰ ওচৰত নিজেই উদং হৈ ধৰা দিয়েহি! 'জীয়া-জুৰিৰ ঘাট' মালিকদেৱৰ অন্যতম জনপ্ৰিয় উপন্যাস। মালিকদেৱৰ গল্প, উপন্যাসবোৰত সততেই দেখা যায় গাঁৱলীয়া আপোনভোলা মানুহ। জীয়া-জুৰিৰ ঘাটতো জেহিৰ আৰু কণমাই- তেনে দুটি চৰিত্ৰ । কণমাইৰ সকলোকে আপোন কৰি ল'ব পৰা স্বভাৱটোৰ বাবেই তাই সকলোৰে প্ৰিয়। কণমাইৰ উপস্থিতিত দেওৰেক চালেহে কোনোদিনেই মাকৰ অভাৱ অনুভৱ কৰা নাছিল। চালেহে বাৰে বাৰে আত্মসংস্থাপনৰ বাবে কৰা জীৱন যুঁজখনত তাই পাৰেমানে সহযোগিতা আগবঢ়াইছিল। ইয়াৰ অন্য এটি নাৰী চৰিত্ৰ 'চম্পা' এজনী দেহোপজীৱিনী। এই বৃত্তিৰ অনাথিনী চম্পাই ক্ষুধা নিবাৰণৰ বাবে দেহ বিক্ৰী কৰিবলৈ গৈ 'চিফিলিচ'ত আক্ৰান্ত হ'ব লগা হৈছিল। ডাক্তৰক চিকিত্সা কৰাবলৈ তাইৰ দেহা বিক্ৰীৰ টকাৰে নোজোৰে। চম্পাই জানে যে তাই এজনী ঘৃণনীয়া নাৰী। কিন্তু, পেটৰ ক্ষুধাতকৈ চৰিত্ৰ ডাঙৰ নহয়। চম্পাৰ জীৱনৰ কাৰুণ্য বৰ্ণনাৰ জৰিয়তে লেখকে সমাজৰ এই অসহায় নাৰীচামৰ বেদনাৰ ছৱিখন দাঙি ধৰিছে। উপন্যাসখনিৰ মূল চৰিত্ৰ চালেহ যেতিয়া এই চম্পাৰ নৈশঅতিথি হৈ পৰিছিল, চালেহৰ গাতো সেই একেই চিফিলিচ ৰোগে থিতাপি লৈছিল...অথচ সমুখত চালেহৰ বিয়া! তেনে অৱস্থাত চালেহে বাৰু নিজৰ বিয়াখনিলৈ সন্মতি দি চাৰাক নিজৰ পত্নীৰূপে গ্ৰহণ কৰিলেগৈনে? ভোলা যে চম্পাৰেই ভায়েক, সেই সত্যটো জনাৰ পিছত চালেহৰ মনৰ অৱস্থা বাৰু কি হ'ল? চাকৰি এটা সি নিজৰ বাবে, ঘৰখনৰ বাবে যোগাৰ কৰিব পাৰিলেগৈনে...? এই সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ হ'লে আপোনালোকে শুনিব লাগিব ষ্টৰীটেলত উপলব্ধ মালিকদেৱৰ এই সুন্দৰ উপন্যাসখনি। গতিকে আহক আমি একেলগে উপভোগ কৰোঁ এই উপন্যাস পাঠ।©2021 Storyside IN (P)2021 Storyside IN 大衆小説 文芸小説
adbl_web_anon_alc_button_suppression_t1
まだレビューはありません