『Jantob』のカバーアート

Jantob

プレビューの再生

聴き放題対象外タイトルです。Audibleプレミアムプラン登録で、非会員価格の30%OFFで購入できます。

¥1,510で会員登録とタイトル購入をする
オーディオブック・ポッドキャスト・オリジナル作品など数十万以上の対象作品が聴き放題。
オーディオブックをお得な会員価格で購入できます。
30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

Jantob

著者: ৰঞ্জু হাজৰিকা
ナレーター: Pranjal Sharma
¥1,510で会員登録とタイトル購入をする

30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

¥2,160 で購入

¥2,160 で購入

概要
বেলগুৰি হাবি। ইপাৰ সিপাৰ মনিব নোৱৰা এই বৃহৎ বনাঞ্চলৰ কাষতে এটা বিৰাট ঘৰ। এই ঘৰ শিৱ বৰুৱাৰ। শিৱ বৰুৱাৰ পিতৃ আছিল এজন বিখ্যাত চিকাৰী। এতিয়া শিৱ বৰুৱাও চিকাৰী। তেওঁৰে পুত্ৰ শংকৰ। সৰুতে মাতৃহাৰা হোৱা শংকৰক শিৱ বৰুৱাই বৰ আটোল তোলকৈ ডাঙৰ দীঘল কৰে। সেউজীয়া প্ৰকৃতিৰ মাজত দিনে দিনে বাঢ়ি অহা শংকৰ দিনে দিনে গভীৰ প্ৰেমত পৰে প্ৰকৃতিৰ। আৰু এদিন একো নভবাকৈ শংকৰে এটা বাঘৰ পোৱালি পুহিবলৈ লৈ আহে। সময় আগবাঢ়ে, দিনে দিনে পোহনীয়া বাঘ ভোলাৰ সৈতে অন্তৰংগতা বাঢ়ি আহে শংকৰৰ। সেই অন্তৰংগতাই আশংকা কঢ়িয়াই আনে দেউতাক শিৱ বৰুৱা, ঘৰৰ কাম কৰা লগুৱা জীউলাল আৰু ৰামুৰ মনলৈ। বহু চেষ্টা কৰিও শিৱ বৰুৱাই পুতেকক ভোলাৰ পৰা আঁতৰ কৰিব নোৱাৰিলে। শংকৰ যেন মানুহ নহয়, লাহে লাহে জান্তৱ হৈ পৰিছে। এদিন শিৱ বৰুৱাৰ বন্ধুৰ জীয়েক মণিৰ লগত শংকৰৰ বিয়া হয়। শিৱ বৰুৱাই ভাবে শংকৰৰ স্বভাৱ এইবাৰ ঠিক হ'ব। কিন্তু ঘটনাই নতুন মোৰ লয়। ঘৰৰ বনকৰা জীউলালৰ মৃত্যু হয় বাঘৰ মুখত। মৃত্যু হয় ৰামুৰো। কিন্তু ক'ৰ বাঘ। হাবিৰ বেলেগ বাঘ নে ভোলা? এদিন ঘৰৰ পৰা নাইকিয়া হয় ভোলা। অন্তৰ্ধান হয় মণি। কি হ'ল মণিৰ? কেনেবাকৈ ভোলাই বাৰু মণিক? পৃষ্ঠাই পৃষ্ঠাই হিংস্ৰ জীৱৰ ৰহস্য।এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল'যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'জান্তৱ'। スリラー・サスペンス 犯罪ドキュメンタリー 超自然
adbl_web_anon_alc_button_suppression_t1
まだレビューはありません