『Hriday Ek Bigyapan』のカバーアート

Hriday Ek Bigyapan

プレビューの再生

聴き放題対象外タイトルです。Audibleプレミアムプラン登録で、非会員価格の30%OFFで購入できます。

¥1,120で会員登録し購入
オーディオブック・ポッドキャスト・オリジナル作品など数十万以上の対象作品が聴き放題。
オーディオブックをお得な会員価格で購入できます。
30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

Hriday Ek Bigyapan

著者: অনুৰাধা শৰ্মা পূজাৰী
ナレーター: Melody Patgiri
¥1,120で会員登録し購入

30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

¥1,600 で購入

¥1,600 で購入

このコンテンツについて

ভাস্বতী, এডকন ক্ৰিয়েটিভ নামৰ এডভাৰটাইজিং কোম্পানীৰ নতুন কৰ্মচাৰী। ব্যস্ত জীৱন এটা বিচাৰি ভাস্বতীয়ে কৰ্মজীৱনৰ পাতনি মেলিছিল যদিও বিজ্ঞাপন জগতখনৰ বিষয়ে ভাস্বতীৰ জ্ঞান আছিল একেবাৰে নগন্য। কিন্তু তাত ভৰি দিয়াৰ পিছত তাই যেন এখন নতুন জগতত খোজ পলালে। এখন নতুন পৃথিৱী, যিখন পৃথিৱীৰ নগ্ন ছবিয়ে কেতিয়াবা ভাস্বতীক অস্বস্তিকৰ পৰিবেশত পেলাই দিয়ে। ইফালে তাইৰ প্ৰিয় পুৰুষ প্ৰয়াগ। তাইৰ স্বামী প্ৰয়াগ যেন সলনি হৈছে দিনে দিনে। কি হৈছে কিয় হৈছে সকলো বুজি উঠে ভাস্বতীয়ে। অভিমান হয় মুহূৰ্তৰ বাবে। কিন্তু পুনৰ সম্ভালি লয় নিজক। এইখন জগততে তাই লগ পাই মায়াক, যিয়ে পেটৰ ভাত মুঠিৰ বাবে কেতিয়াবা নিজৰ ডিঙিয়ে মুখে লৈ আহিব লগা হয় কোনো কামুক বুঢ়াৰ নৃশংস চিন। লগ পাই মহুৱাক, যাৰ বিষয়ে সকলোৱে কয় চৰিত্ৰহীন বুলি। অথচ আছিল জানো মহুৱা চৰিত্ৰহীন? আৰু চিন্ময়..। চিন্ময়ৰ প্ৰতি ভাস্বতীয়ে অনুভৱ কৰিছিল নেকি কোনো এক পলত দুৰ্বলতা? কি হ'ল ভাস্বতী আৰু প্ৰয়াগৰ? জীৱনৰ প্ৰতিটো কথা জানোঁ বিজ্ঞাপন হয়? হৃদয়ৰ বিজ্ঞাপন দিব পাৰে নে? এই সকলোখিনি জানিবলৈ ষ্টৰীটেল যোগে শুনক প্ৰথিতযশা ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস "হৃদয় এক বিজ্ঞাপন"©2022 Storyside IN (P)2022 Storyside IN 大衆小説 文芸小説
まだレビューはありません