『Dr. Arunabhor Oxompurno Jeeboni』のカバーアート

Dr. Arunabhor Oxompurno Jeeboni

プレビューの再生

聴き放題対象外タイトルです。Audibleプレミアムプラン登録で、非会員価格の30%OFFで購入できます。

¥2,490で会員登録とタイトル購入をする
オーディオブック・ポッドキャスト・オリジナル作品など数十万以上の対象作品が聴き放題。
オーディオブックをお得な会員価格で購入できます。
30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

Dr. Arunabhor Oxompurno Jeeboni

著者: চৈয়দ আব্দুল মালিক
ナレーター: Partha Protim Sharma
¥2,490で会員登録とタイトル購入をする

30日間の無料体験後は月額¥1500で自動更新します。いつでも退会できます。

¥3,570 で購入

¥3,570 で購入

হাচান আহমদ চাহাবে সৰুকৈ আৰম্ভ কৰা জীলি প্ৰকাশনীৰ বৰ্তমানৰ স্বত্বাধিকাৰী হাচান চাহাবৰ পুত্ৰ আহমদ। জীলি প্ৰকাশনীয়ে মূলত জীৱনী উপন্যাস, নাটক আৰু কাব্য সাহিত্যহে প্ৰকাশ কৰে। এই জীলি প্ৰকাশনীৰ স্বত্বাধিকাৰ আহমদে মন মেলিলে এখন জীৱনী প্ৰকাশ কৰিবলৈ আৰু তাৰ দায়িত্ব দিলে তেওঁৰ প্ৰিয় ৰেজা কৰিমক। জীৱনী হ'ল বিখ্যাত বিজ্ঞানী ডঃ অৰুণাভৰ, যিজনৰ কিছুদিনৰ পূৰ্বে মৃত্যু হৈছিল। আহমদে ডঃ অৰুণাভৰ জীৱনী প্ৰকাশ কৰিবই যে সেই কথা ৰেজা কৰিমক বুজাই দি তথ্য সংগ্ৰহ কৰিবলৈ ক'লে। ডঃ অৰুণাভৰ জীৱনী লিখিবলৈ ৰেজা কৰিম নামি পৰে তথ্য সন্ধানত আৰু তেতিয়াই উদ্ভাসিত হৈ গৈ থাকে কিছু ৰহস্য। ডঃ অৰুণাভৰ জীৱনৰ কিছু তথ্য সংগ্ৰহ কৰিবলৈ গৈ ৰেজা কৰিমে লগ পায় আহমদৰ ভায়েক মাচুমক। আৰু লগ পায় ডঃ অৰুণাভৰ কেৰাণী কাম কৰা গৌতমক। অভাৱনীয় ভাৱে ৰেজা কৰিমৰ সন্মুখলৈ আহে কিছু নাম, কিছু মানুহ। দুষ্মন্ত, উত্তৰা দেৱী, মেৰী, মীৰা, শেৱালি, বসন্ত, যোচেফ। এই প্ৰতিটো নামেই ওতঃপ্ৰোত ভাৱে জড়িত আছিল ডঃ অৰুণাভৰ লগত। তাৰে কাৰোবাক যদি ৰেজা কৰিমে লগ পাইছিল, কোনোবাজন হয়তো ঢুকাইছিল। ডঃ অৰুণাভৰ তথ্য সংগ্ৰহ কৰিবলৈ গৈ এক আচৰিত চক্ৰবেহুত সোমাই পৰিছিল ৰেজা কৰিম। উত্তৰা দেৱী ডঃ অৰুণাভৰ পত্নী আছিল। তেন্তে কোন আছিল শেৱালি? মেৰী কোন? আৰু মীৰা? মাচুমৰ লগতেই বা ডঃ অৰুণাভৰ কি সম্পৰ্ক আছিল? সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিব পাৰিলেনে ৰেজা কৰিমে? ডঃ অৰুণাভৰ জীৱনী লেখা হ'ল গৈ নে? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক উপন্যাস সম্ৰাট চৈয়দ আব্দুল মালিকৰ জনপ্ৰিয় উপন্যাস 'ডঃ অৰুণাভৰ অসম্পূৰ্ণ জীৱনী'।©2021 Storyside IN (P)2021 Storyside IN スリラー・サスペンス
adbl_web_anon_alc_button_suppression_t1
まだレビューはありません