『Dharma』のカバーアート

Dharma

プレビューの再生
Amazonプライム会員限定
プレミアムプラン 3か月間無料体験キャンペーン開催中! 聴き放題対象外タイトルです。プレミアムプランに登録すると非会員価格の30%OFFにてご購入いただけます。
¥1,841で会員登録とタイトル購入をする
2026年7月15日(水)まで
2026年7月15日(水)までプレミアムプラン 3か月間無料体験キャンペーン開催中。300円分のKindle本クーポンも。詳しくはこちら
オーディオブック・ポッドキャスト・オリジナル作品など数十万以上の対象作品が聴き放題
オーディオブックをお得な会員価格で購入できます
4か月目以降は月額1,500円で自動更新します。いつでも退会できます

Dharma

著者: আমিশ ত্ৰিপাঠী, Pallabi Deka - translator
ナレーター: R.J. Tarun
¥1,841で会員登録とタイトル購入をする

Amazonプライム会員限定、プレミアムプラン 3か月間無料体験キャンペーン開催中。4か月目以降は月額1,500円で自動更新します。いつでも退会できます。2026年7月15日(水)まで。

¥2,630 で購入

¥2,630 で購入

এজন চচ্-চেফ নাচিকেত অনন্ত সাৱন্ত। তেওঁৰ পত্নী গাৰ্গী, শহুৰ ধৰ্মৰাজ আৰু শাহুৱেক লোপামুদ্ৰাৰ মাজত সাধাৰণতে কিছুমান কথাৰ আলোচনা হৈ থাকে। এইয়া তাৰেই কিছু অংশ। সেইদিনা আলোচনা প্ৰথম আৰম্ভ হয় নাচিকেত আৰু ধৰ্মৰাজৰ মাজত। পিছলৈ তাত যোগ দিয়েহি লোপামুদ্ৰা আৰু গাৰ্গীয়ে। আলোচনাৰ আৰম্ভণি বিষয় বস্তু আছিল কৰ্ম। কৰ্ম মানে কি? কৰ্ম মানে কেৱল ভাল কাৰ্য কৰাটোৱেই বুজাই নে ভালে বেয়াই কৰা দুয়োটা কাৰ্যকে বুজাই? কৰ্মৰ পৰা তেওঁলোকৰ মাজলৈ আহিল লিও' শ্বিআওব, চিপিচিৰ কথা।সেই কথাই উনুকিয়াই গ'ল বিশ্ব ৰাজনীতিৰ কথা। তাৰ মাজতে ওলাল ধৰ্মৰ কথা। প্ৰাচীন গ্ৰীচৰ ইকাৰাছৰ কথাই ঠাই ল'লে তেওঁলোকৰ আলোচনাত। ইকাৰাছৰ পৰা ই আগবাঢ়িল বেদৱতী আৰু ৰাৱণৰ মাজলৈ। তেওঁলোকৰ আলোচনা বাঢ়ি গৈ থাকে তেনেদৰেই। কৰ্ম আৰু ধৰ্ম কথা কবলৈ যাওঁতে তেওঁলোকে পাতি যায় ৰামায়ণৰ কথা, মহাভাৰতৰ কথা। যুক্তি তৰ্ক হয় কোন শুদ্ধ, কোন অশুদ্ধ তাকে লৈ। ৰাম নে ৰাৱণ, কৌৰৱ নে পাণ্ডৱ? কোন শ্ৰেষ্ঠ, নাৰায়ণ নে শিৱ? তেওঁলোকে বিচাৰি উলিয়াই কিছু কথা। কৌৰৱসকলৰ নিজৰ শক্তি আছিল। পাণ্ডৱসকলৰ নিজৰ দুৰ্বলতা। ভগৱান ৰামৰো নিজৰ সংকোচৰ মূহূৰ্ত আছে, আছে মাতৃ সীতাৰ গভীৰতা। গুৰু বশিষ্ঠ আৰু গুৰু বিশ্বামিত্ৰৰ মাজত উমৈহতীয়া সংঘাত। ৰাৱণ আঘাতপ্ৰাপ্ত, কুম্ভকৰ্ণ হৃদয়পূৰ্ণ। মন্থৰাৰো আছে নিজস্ব বেদনা। ভগৱান শিৱৰ যদি খং আছে, মাতৃ কালীৰো ক্ষোভ আছে। গণেশৰ গুপুত কথা থকাৰ দৰে পৰ্বতেশ্বৰৰ আছে সীমাৱদ্ধতা। ব্ৰাহাস্পতিৰ সন্তুষ্টি আছে যদি মাতৃ সতীৰ আছে নিজে লগাই লোৱা শিকলি। ভগৱান শিৱৰ পৰা দুশাসনলৈকে এই সকলোবোৰ জানো আমাৰ মাজতে নাই? কিন্তু কেনেকৈ? অলপ চিন্তাৰ বিষয়। কিবা এটা খেলিমেলি। কি এই খেলিমেলি? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰখ্যাত সাহিত্যিক আমিশ ত্ৰিপাঠীৰ দ্বাৰা ৰচিত আৰু পল্লৱী ডেকাই অসমীয়া©2022 Storyside IN (P)2022 Storyside IN 慣習・伝統 民話・神話の研究 社会科学
adbl_web_anon_alc_button_suppression_t1
まだレビューはありません